ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো বহুতেই কম
ଉଦାହରଣ : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
ସମକକ୍ଷ : অকণমান, অলপমান, অলপীয়া, স্বল্প
ଅର୍ଥ : সংখ্যাত তাকৰ
ଉଦାହରଣ : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
ସମକକ୍ଷ : অলপমান
ଅର୍ଥ : যিটো হিচাপতকৈ কম
ଉଦାହରଣ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
ସମକକ୍ଷ : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
ଅର୍ଥ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
ଉଦାହରଣ : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
ସମକକ୍ଷ : কম, ন্যূন
ସଂସ୍ଥାପନ କରନ୍ତୁ