ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অর্পণ ্কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অর্পণ ্কৰা   ক্ৰিয়া

ଅର୍ଥ : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা

ଉଦାହରଣ : তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে

ସମକକ୍ଷ : উৎসর্গা

ଅର୍ଥ : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য

ଉଦାହରଣ : গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়

ଅର୍ଥ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা

ଉଦାହରଣ : মই এই কামটো আপোনাক অর্পণ কৰিছোঁ

ସମକକ୍ଷ : অধীন কৰা