ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ অর্থ আছে
ଉଦାହରଣ : আপোনাৰ অর্থযুক্ত কথাই সকলোকে ভবাই তুলিলে
ସମକକ୍ଷ : অর্থযুক্ত, ্সার্থক
ଅର୍ଥ : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে
ଉଦାହରଣ : আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে
ସମକକ୍ଷ : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ
ସଂସ୍ଥାପନ କରନ୍ତୁ