ଅର୍ଥ : ক্ষমতাহীন বা অক্ষম হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
অক্ষমতাৰ কাৰণে ৰামুৰ সৈতে এই কাম কৰিব পৰা নগʼল
ସମକକ୍ଷ : অক্ষমতা, অসমর্থ্্তা, সামর্থহীনতা
ଅର୍ଥ : অযোগ্য হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
ସମକକ୍ଷ : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অসামর্থ্য