ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অভ্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অভ্র   বিশেষ্য

ଅର୍ଥ : খনিৰ পৰা ওলোৱা এক প্রকাৰ কাঁচ সদৃশ জিলিকি থকা চনকা ধাতু

ଉଦାହରଣ : ভাৰতৰ ৰাজস্থানত অভ্র অধিক পৰিমাণে পোৱা যায়

ସମକକ୍ଷ : মাইকা

ଅର୍ଥ : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়

ଉଦାହରଣ : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে

ସମକକ୍ଷ : অম্বুধৰ, জলদ, জলধৰ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ

ଅର୍ଥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

ଉଦାହରଣ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

ସମକକ୍ଷ : অন্তৰীক্ষ, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য