ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো নতুন বস্তু, কথা, শক্তি আদিৰ উদ্ভৱ হৈ সন্মুখলৈ অহা কার্য
ଉଦାହରଣ : ১৯৭২ চনত স্বাধীন ৰাষ্ট্র হিচাপে বাংলাদেশৰ উদয় হৈছিল
ସମକକ୍ଷ : উদয়
ଅର୍ଥ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
ଉଦାହରଣ : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
ସମକକ୍ଷ : অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, উৎপত্তি, জন্ম
ସଂସ୍ଥାପନ କରନ୍ତୁ