ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মনৰ ভাল লগা ভাব
ଉଦାହରଣ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
ସମକକ୍ଷ : ইচ্ছা, পছন্দ, ৰুচি
ଅର୍ଥ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি
ଉଦାହରଣ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল
ସମକକ୍ଷ : আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি
ଅର୍ଥ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ଉଦାହରଣ : এইখন মোৰ অতি প্রিয় গ্রন্থ
ସମକକ୍ଷ : পছন্দ, প্রিয়, ভাল লগা, ৰুচি
ସଂସ୍ଥାପନ କରନ୍ତୁ