ଅର୍ଥ : জ্ঞানৰ সেই শাখা, যাৰ অন্তর্গত ্ চাৰিত্রিক সমস্যাসমূহৰ কাৰণে বিজ্ঞান বা কলাত বৈজ্ঞানিক জ্ঞানৰ প্রয়োগ কৰা হয়
ଉଦାହରଣ :
আমাৰ অঞ্চলতো এখন অভিযান্ত্রিক প্রতিষ্ঠান আৰম্ভ হৈছে
ସମକକ୍ଷ : ইঞ্জিনিয়েৰিং
ଅର୍ଥ : যান্ত্রিক কলা-কৌশল বিষয়ক বা যন্ত্র প্রয়োগ সম্বন্ধীয়
ଉଦାହରଣ :
ৰাজ্যিক শিক্ষামন্ত্রীয়ে আমাৰ চহৰত এখন কাৰিকৰি প্রতিষ্ঠানৰ উন্মোচন কৰিলে
ସମକକ୍ଷ : ঔদ্যোগিক, কাৰিকৰি, প্রযুক্তিবিদ্যাগত, প্রায়োগিক