ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ব্যাকৰণত যি পদে দুটা শ্্ব্দ বা বাক্যৰ মাজত বহি সেই দুটা শ্্ব্দ বা বাক্যক জোৰা লগায়
ଉଦାହରଣ : তথা, আৰু আদি সংযোজক অব্যয়
ସମକକ୍ଷ : সংযোজক, সংযোজক অব্যয়
ଅର୍ଥ : সদায় থাকোতা
ଉଦାହରଣ : ঈশ্বৰ শাশ্বত
ସମକକ୍ଷ : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
ସଂସ୍ଥାପନ କରନ୍ତୁ