ଅର୍ଥ : যাৰ ওপৰত বিশ্বাস নাই বা যাক বিশ্বাস কৰিব নোৱাৰি
ଉଦାହରଣ :
এইটো অবিশ্বাস্য কথা
ସମକକ୍ଷ : অপ্রত্যয়জনক, অবিশ্বসনীয়, অবিশ্বস্ত, অবিশ্বাসযোগ্য, অবিশ্বাসী, অসঞ্জাতী, আস্থাহীন, বিশ্বাসহীন, সঞ্জাতহীন
ଅର୍ଥ : যʼত সন্দেহ হয় বা যাৰ দ্বাৰা সন্দেহৰ উৎপন্ন হয়
ଉଦାହରଣ :
আপুনি সন্দেহজনক কথা কিয় কয় ?
ସମକକ୍ଷ : অঠিক, অনিশ্চিত, দ্বিধাগ্রস্ত, সংশয়জনক, সন্দেহজনক, সন্দেহপূর্ণ