ଅର୍ଥ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
ଉଦାହରଣ :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
ସମକକ୍ଷ : অবিবাহিত মহিলা, কুমাৰী
ଅର୍ଥ : যিজন পুৰুষ বিবাহিত নহয়
ଉଦାହରଣ :
এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
ସମକକ୍ଷ : অবিবাহিত পুৰুষ