ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ সীমা নাই
ଉଦାହରଣ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
ସମକକ୍ଷ : অপাৰ, অপৰিসীম, অসীম, সীমাহীন
ଅର୍ଥ : যʼত বাধা বা অৱৰোধ নাই
ଉଦାହରଣ : এইটো বাধাহীন মার্গ
ସମକକ୍ଷ : অপ্রতিহত, অবাধিত, অবাৰিত, নির্বিঘ্ন, নিষ্কণ্টক, বাধাশূন্য, বাধাহীন, মসৃণ, সুগম
ଅର୍ଥ : যিটো নিষিদ্ধ নহয়
ଉଦାହରଣ : আমি অনিষিদ্ধ কামহে কৰিব লাগে
ସମକକ୍ଷ : অনিষিদ্ধ
ଅର୍ଥ : যʼত কোনো বিৰোধ বা বাধা নাথাকে
ଉଦାହରଣ : আপোনাৰ এই কামটো অবাধ ভাবে সম্পন্ন হʼব
ସଂସ୍ଥାପନ କରନ୍ତୁ