ଅର୍ଥ : যিটো আৱশ্যক নহয়
ଉଦାହରଣ :
তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
ସମକକ୍ଷ : অদৰকাৰী, অনাৱশ্যকীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
ଅର୍ଥ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
ଉଦାହରଣ :
এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
ସମକକ୍ଷ : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ