ଅର୍ଥ : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
ଉଦାହରଣ :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
ସମକକ୍ଷ : অন্যমনস্কতা, উদাসী, উদাসীনতা
ଅର୍ଥ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
ସମକକ୍ଷ : অসন্তুষ্টি, অসন্তোষ