ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ সমকক্ষ আৰু কোনো নাই
ଉଦାହରଣ : বাঃ! কি অনুপম দৃশ্য
ସମକକ୍ଷ : অতুলনীয়, অদ্বিতীয়, অনন্যসাধাৰণ, অনুপম, অনুপমিত, অপূর্ব, অপ্রতিম, অভূতপূর্ব, অসাধাৰণ, উপমাবিহীন, উপমাহীন, উপমাৰহিত, নিৰুপম, প্রকৃষ্ট, সর্বশ্রেষ্ঠ, সর্বোত্তম
ଅର୍ଥ : যিটো হিচাপতকৈ কম
ଉଦାହରଣ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
ସମକକ୍ଷ : অপ্রচুৰ, অলপ, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
ସଂସ୍ଥାପନ କରନ୍ତୁ