ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ সীমা নাই
ଉଦାହରଣ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
ସମକକ୍ଷ : অপৰিসীম, অবাধ, অসীম, সীমাহীন
ଅର୍ଥ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
ଉଦାହରଣ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
ସମକକ୍ଷ : অগাধ, অতল, অপৰিসীম
ଅର୍ଥ : যাৰ ওচৰলৈ পৰা নাযায়
ଉଦାହରଣ : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
ସମକକ୍ଷ : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
ଅର୍ଥ : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি
ଉଦାହରଣ : সৃষ্টি অপৰিমিত সম্পদৰ খনি
ସମକକ୍ଷ : অপৰিমিত, অমাপনীয়
ସଂସ୍ଥାପନ କରନ୍ତୁ