ଅର୍ଥ : আঁতৰোৱা বা পৃথক কৰা কার্য
ଉଦାହରଣ :
ইয়াৰ অপসাৰণ জৰুৰী হৈ পৰিছে
ଅର୍ଥ : কোনো ব্যক্তি বা বাক্যক কোনো ঠাইৰ পৰা আঁ্তৰাই বা উলিয়াই দিয়া কার্য
ଉଦାହରଣ :
আপুনি ইয়াৰ অপসাৰণ কিয় কৰিছে
ଅର୍ଥ : আঁতৰোৱা বা দূৰ কৰাৰ প্ৰক্ৰিয়া
ଉଦାହରଣ :
ৰাস্তাত গোটখাই থকা জাবৰ-জোথৰবোৰ অপসাৰণ কৰা আৱশ্যক
ସମକକ୍ଷ : দূৰ কৰা