ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অপব্যৱহাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অপব্যৱহাৰ   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ

ଉଦାହରଣ : আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত

ଅର୍ଥ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য

ଉଦାହରଣ : অপব্যৱহাৰো এক ধৰণৰ পাপ

ସମକକ୍ଷ : অপপ্রয়োগ

ଅର୍ଥ : অনাহক আৰু অধিক খৰচ

ଉଦାହରଣ : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

ସମକକ୍ଷ : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি