ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি বিশ্বাসঘাতকতা কৰে
ଉଦାହରଣ : বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
ସମକକ୍ଷ : অপঘাটক, দগাবাজ, নিমখ হাৰাম, বিশ্বাসঘাতকী
ଅର୍ଥ : যি কাৰোবাক হত্যা কৰিছে
ଉଦାହରଣ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ସମକକ୍ଷ : অপঘাতক, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
ସଂସ୍ଥାପନ କରନ୍ତୁ