ଅର୍ଥ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
ସମକକ୍ଷ : অজ্ঞতা, অজ্ঞানতা, জ্ঞানহীনতা, মূঢ়তা
ଅର୍ଥ : আন্ধাৰেৰে ভৰা
ଉଦାହରଣ :
ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল
ସମକକ୍ଷ : অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত