ଅର୍ଥ : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি
ଉଦାହରଣ :
অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে
ଅର୍ଥ : যিজনে চকুৰে দেখা নাপায়
ଉଦାହରଣ :
শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে
ସମକକ୍ଷ : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন
ଅର୍ଥ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
ଉଦାହରଣ :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
ସମକକ୍ଷ : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন