ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৃথিৱী আৰু আন গ্রহ বা নক্ষত্রৰ মাজৰ স্থান
ଉଦାହରଣ : আজিও অন্তৰীক্ষৰ বিষয়ে বৈজ্ঞানিকসকলে অনুসন্ধান চলাই আছে
ସମକକ୍ଷ : ্অর্ণৱ
ଅର୍ଥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ଉଦାହରଣ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
ସମକକ୍ଷ : অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
ସଂସ୍ଥାପନ କରନ୍ତୁ