ଅର୍ଥ : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
ଉଦାହରଣ :
কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
ଅର୍ଥ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
ଉଦାହରଣ :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
ସମକକ୍ଷ : ফৰমাইচ
ଅର୍ଥ : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
ଉଦାହରଣ :
চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
ସମକକ୍ଷ : প্রার্থ্্না, মিনতি
ଅର୍ଥ : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
ଉଦାହରଣ :
আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ