ଅର୍ଥ : কাৰোবাৰ পিছত যোৱা কার্য
ଉଦାହରଣ :
লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
ସମକକ୍ଷ : অনুগমন কৰা, পিছত যোৱা
ଅର୍ଥ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
ଉଦାହରଣ :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
ସମକକ୍ଷ : অনুকৰণ কৰা, নকল কৰা