ଅର୍ଥ : যিয়ে গৱেষণা বা অন্বেষণ কৰে
ଉଦାହରଣ :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
ସମକକ୍ଷ : অন্বেষক, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
ଅର୍ଥ : যি অনুসন্ধানৰ সৈতে জড়িত
ଉଦାହରଣ :
মই অনুসন্ধানী কাহিনী পঢ়িবলৈ ভালপাওঁ
ସମକକ୍ଷ : অনুসন্ধানাত্মক, সন্ধানমূলক, সন্ধানী