ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনুমতি পত্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনুমতি পত্র   বিশেষ্য

ଅର୍ଥ : যিখন পত্র দেখুৱায় কোনো ব্যক্তি কোনো সংকটপূর্ণ পৰিস্থিতিৰ পৰা নিৰাপদে পাৰ হʼব পাৰে

ଉଦାହରଣ : অনুমতি পত্রৰ অবিহনে তোমাক ইয়াৰ পৰা যাবলৈ দিয়া নহʼব

ସମକକ୍ଷ : পাচ

ଅର୍ଥ : একধৰণৰ অধিকাৰ পত্র যাৰ জৰিয়তে কোনো ব্যক্তি বা সামগ্রী কোনো ঠাইৰ পৰা বেলেগ ঠাইলৈ সৰবৰাহ কৰিব পৰা যায়

ଉଦାହରଣ : সামগ্রী বিদেশলৈ পঠোৱাৰ কাৰণে মই অনুজ্ঞাপত্র লাভ কৰিছোঁ

ସମକକ୍ଷ : অনুজ্ঞাপত্র

ଅର୍ଥ : কোনো বিশেষ কাম কৰিবলৈ বা নিজৰ লগত কোনো বিশেষ বস্তু ৰাখিব কাৰণে প্রশাসনৰ দ্বাৰা দিয়া অধিকাৰ পত্র

ଉଦାହରଣ : মহেশে গাড়ী চলোৱাৰ লাইচেন্স লাভ কৰিছে

ସମକକ୍ଷ : লাইচেন্স