ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনুচ্ছেদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনুচ্ছেদ   বিশেষ্য

ଅର୍ଥ : কোনো এক বিষয়ৰ বিবেচনা কৰা নিয়মাৱলী, বিধান, সন্ধি আদিৰ বিশিষ্ট অংগ

ଉଦାହରଣ : সংবিধানৰ ধাৰা ন-ৰ চাৰি নম্বৰ অনুচ্ছেদটো সলনি কৰিব পৰা নাযায়

ସମକକ୍ଷ : উপধাৰা

ଅର୍ଥ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়

ଉଦାହରଣ : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে

ସମକକ୍ଷ : দফা, পাৰাগ্রাফ, পেৰাগ্রাফ

ଅର୍ଥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : অংক, অধ্যায়, আধ্যা, খণ্ড, ছেদ, পাঠ, ভাগ