ଅର୍ଥ : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
ସମକକ୍ଷ : ক্রম
ଅର୍ଥ : ক্রম অনুসাৰে হোৱা অৱস্থা
ଉଦାହରଣ :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
ସମକକ୍ଷ : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী