ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনিষ্ট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনিষ্ট   বিশেষ্য

ଅର୍ଥ : কল্যাণ বা মংগল নথকা

ଉଦାହରଣ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব

ସମକକ୍ଷ : অকল্যাণ, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল

ଅର୍ଥ : কোনো কার্যৰ ্হানি বা অনিষ্ট

ଉଦାହରଣ : ডাঙৰ অনর্থ হʼল! শ্যামলীৰ দেউতাক এতিয়া আৰু নাই

ସମକକ୍ଷ : অনর্থ

ଅର୍ଥ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম

ଉଦାହରଣ : কাৰো অপকাৰ নকৰিবা

ସମକକ୍ଷ : অপকাৰ, ক্ষতি, ক্ষয়, বৰবাদ, হানি

ଅର୍ଥ : হিতৰ বিৰোধীভাব

ଉଦାହରଣ : কাৰো অহিত চিন্তা কৰা উচিত নহয়

ସମକକ୍ଷ : অকল্যাণ, অপকাৰ, অহিত

অনিষ্ট   বিশেষণ

ଅର୍ଥ : যিটো শুভ নহয়

ଉଦାହରଣ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়

ସମକକ୍ଷ : অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, অহিত, বিমংগল, বিমঙ্গল