ଅର୍ଥ : নি্র্ণয় ্বা নিশ্চয়ৰ ্অভাৱ
ଉଦାହରଣ :
অনিশ্চয়তাৰ অৱস্থাত কামবোৰ স্থগিত কৰি দিয়াই ভাল
ସମକକ୍ଷ : অ্্নির্ণয়
ଅର୍ଥ : হয় বা নহয় সূচক স্থিতি
ଉଦାହରଣ :
আপুনি মোক পইচা খুজি মোক দ্বিধাত পেলালে
ସମକକ୍ଷ : কুণ্ঠা, খকজা, খোকোজা, দুই নাৱত দুই ভৰি, দোদুল্যমানতা, দোধা, দোধোৰ-মোধোৰ, দ্বিধা, দ্বৈধ, বিবুদ্ধিতা