ଅର୍ଥ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
ଉଦାହରଣ :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
ସମକକ୍ଷ : অটল, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত
ଅର୍ଥ : যিটো কৰা, ৰখা বা মানিলোৱা অতি আৱশ্যক
ଉଦାହରଣ :
পাঁচ নম্বৰ প্রশ্নটো বাধ্যতামূলক
ସମକକ୍ଷ : বাধ্যতামূলক