ଅର୍ଥ : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ :
জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
ସମକକ୍ଷ : অস্থায়িত্ব, নশ্বৰতা
ଅର୍ଥ : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
ଉଦାହରଣ :
জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
ସମକକ୍ଷ : ক্ষণভঙ্গুৰতা