ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
ଅର୍ଥ : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
ଉଦାହରଣ : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
ସମକକ୍ଷ : অনভিলাষ, অনীহা, অপ্রীতি, অৰুচি
ଅର୍ଥ : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
ଉଦାହରଣ : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
ସମକକ୍ଷ : অনাকাংক্ষা, অনীহা, অস্পৃহা, ইচ্ছাহীনতা
ସଂସ୍ଥାପନ କରନ୍ତୁ