ଅର୍ଥ : অলপো আঘাত বা ঢাক্কা নলগা
ଉଦାହରଣ :
দাঙ্গাত এজন আঘাতহীন যুৱকে আৱশ্যকীয় সকলোকে সহায় কৰি আছিল
ସମକକ୍ଷ : আঘাতহীন
ଅର୍ଥ : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
ଉଦାହରଣ :
গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
ସମକକ୍ଷ : অক্ষত, আহত নোহোৱা-, ক্ষতিহীন