ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনাসক্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনাসক্তি   বিশেষ্য

ଅର୍ଥ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

ଉଦାହରଣ : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

ସମକକ୍ଷ : অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি, বিৰাগ

ଅର୍ଥ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

ସମକକ୍ଷ : আসক্তিহীনতা, বিৰক্তি, বিৰাগ