ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
ଉଦାହରଣ : ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
ଅର୍ଥ : মালিক বা স্বামী নোহোৱা এক অৱস্থা
ଉଦାହରଣ : অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
ସମକକ୍ଷ : নাথহীন
ଅର୍ଥ : যিজনক সহায় কৰিবলৈ কোনো নাই
ଉଦାହରଣ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
ସମକକ୍ଷ : অনাশ্রিত, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
ଅର୍ଥ : যাৰ কোনো মালিক নাই
ଉଦାହରଣ : ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
ଅର୍ଥ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
ଉଦାହରଣ : শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ