ଅର୍ଥ : দূৰত্ব বা সময়ৰ হিচাপত যি নিচেই কাষৰ
ଉଦାହରଣ :
কুশীনগৰ আমাৰ গাঁৱৰ কাষৰীয়া নগৰ
ସମକକ୍ଷ : ওচৰৰ, কাষৰ, কাষৰীয়া, নিকট্্ৱর্ত্তী, পার্শ্বৱর্তী, সমীপ্্ৱর্তী, ্অদূৰৱর্তী
ଅର୍ଥ : সকলোতকৈ ওচৰৰ
ଉଦାହରଣ :
ইয়াৰ পৰা নিকটতম বাছ-আস্থান কোনটো
ସମକକ୍ଷ : একেবাৰে ওচৰৰ, ওচৰৰ, নিকটতম, পার্শ্বৱর্তী, সমী্পৱর্তী