ଅର୍ଥ : অধ্যয়ন কৰা কোঠা
ଉଦାହରଣ :
সুধীৰে পঢ়া-কোঠাত বহি পঢ়ি আছে
ସମକକ୍ଷ : পঢ়া-কোঠা, পঢ়াকোঠা, ষ্টাডি ৰুম
ଅର୍ଥ : যি ঠাইত বহি পাঠকসকলে কিতাপ, পত্রিকা আদি পঢ়ে
ଉଦାହରଣ :
শ্যামে নিজৰ বেছিভাগ সময় অধ্যয়নকক্ষত কিতাপৰ সৈতে পাৰ কৰে
ସମକକ୍ଷ : অধ্যয়নকক্ষ