ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি তলমূৰ কৰি আছে
ଉଦାହରଣ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
ସମକକ୍ଷ : অধোগামী, অধোনমিত, অধোমুখী, অৱনত, অৱনমিত, নিম্নগত, নিম্নগামী
ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ସମକକ୍ଷ : অধঃপতিত, অৱনত, অৱনমিত, পতিত
ସଂସ୍ଥାପନ କରନ୍ତୁ