ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অধিবাসী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অধিবাসী   বিশেষ্য

ଅର୍ଥ : কোনো ঠাইত থকা বা বসতি কৰা লোক

ଉଦାହରଣ : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে

ସମକକ୍ଷ : আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা

ଅର୍ଥ : ইউৰোপৰ এখন দেশ

ଉଦାହରଣ : হিটলাৰ জার্মানীৰ অধিবাসী আছিল

ଅର୍ଥ : কোনো অন্য দেশত গৈ বসতি কৰা ব্যক্তি

ଉଦାହରଣ : আৰম্ভণিতে অধিবাসীসকলে অধিক সংঘর্ষ কৰিবলগীয়া হৈছিল

অধিবাসী   বিশেষণ

ଅର୍ଥ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে

ଉଦାହରଣ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল

ସମକକ୍ଷ : অধিকৃত, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ