ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অধিকাৰী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অধিকাৰী   বিশেষ্য

ଅର୍ଥ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে

ଉଦାହରଣ : ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

ଅର୍ଥ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি

ଉଦାହରଣ : এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে

ସମକକ୍ଷ : দাবীদাৰ

ଅର୍ଥ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

ଉଦାହରଣ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

ସମକକ୍ଷ : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা

অধিকাৰী   বিশেষণ

ଅର୍ଥ : যাক অধিকাৰ দিয়া হৈছে বা যাৰ কোনো কাম কৰাৰ বা পোৱাৰ অধিকাৰ আছে

ଉଦାହରଣ : আইতাৰ উইলনামা অনুসৰি ৰামেই এই ঘৰটোৰ অধিকাৰী

ସମକକ୍ଷ : হকদাৰ