ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ସମକକ୍ଷ : অধোগত, অৱনত, অৱনমিত, পতিত
ଅର୍ଥ : যি অৱনতিৰ পিনে অগ্রসৰ হৈছে
ଉଦାହରଣ : নিজৰ ভুল ক্রিয়া-কলাপৰ কাৰণে তেওঁ অধঃপতিত হৈছে
ସମକକ୍ଷ : পতনশীল, পতনোন্মুখ
ସଂସ୍ଥାପନ କରନ୍ତୁ