ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
ଉଦାହରଣ : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
ସମକକ୍ଷ : অনুক্ৰম, অনুলোম
ଅର୍ଥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ଉଦାହରଣ : বেয়া গুণে মানুহৰ পতন ঘটায়
ସମକକ୍ଷ : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
ଅର୍ଥ : কোনো বস্তু পেলাই দিয়া কার্য
ଉଦାହରଣ : কোনে এই ফলবোৰ পেলালে ?
ସମକକ୍ଷ : পেলোৱা
ଅର୍ଥ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ଉଦାହରଣ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
ସମକକ୍ଷ : অধঃপাত, অৱনতি, পতন, স্খলন
ସଂସ୍ଥାପନ କରନ୍ତୁ