ଅର୍ଥ : ব্রহ্ম তথা জীৱক এক বুলি গণ্য কৰা বা অদ্বৈত যিদ্ধান্তক মানি চলা ব্যক্তি
ଉଦାହରଣ :
শংকৰাচার্য অদ্বৈতবাদী আছিল
ସମକକ୍ଷ : একাত্মবাদী, একেশ্বৰবাদী
ଅର୍ଥ : যি ঈশ্বৰ আৰু জীৱক এক বুলি মানে
ଉଦାହରଣ :
অদ্বৈতবাদী শংকৰাচার্যই হিন্দু ধর্মৰ পুণৰুত্থান কৰিলে
ସମକକ୍ଷ : একাত্মবাদী, একেশ্বৰবাদী