ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অতীত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অতীত   বিশেষ্য

ଅର୍ଥ : পাৰ হৈ যোৱা কাল বা সময়

ଉଦାହରଣ : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়

ସମକକ୍ଷ : অতীত কাল, অতীতকাল, আগৰ সময়, কালি, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল

অতীত   বিশেষণ

ଅର୍ଥ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ଉଦାହରଣ : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

ସମକକ୍ଷ : অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

ଅର୍ଥ : যিটো পাৰ হৈ গৈছে

ଉଦାହରଣ : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

ସମକକ୍ଷ : গত, পুৰণি, ভূত