ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
ଉଦାହରଣ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
ସମକକ୍ଷ : অগাধ, অপাৰ, অপৰিসীম
ଅର୍ଥ : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি
ଉଦାହରଣ : তেওঁ দ পুখুৰীত ডুব গʼল
ସମକକ୍ଷ : অগাধ, অগাধনি, অথাউনি, অথানি, গভীৰ, দ
ସଂସ୍ଥାପନ କରନ୍ତୁ