ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অট্টালিকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অট্টালিকা   বিশেষ্য

ଅର୍ଥ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ

ଉଦାହରଣ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে

ସମକକ୍ଷ : ইমাৰত, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি

ଅର୍ଥ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ

ଉଦାହରଣ : ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়

ସମକକ୍ଷ : প্রাসাদ

ଅର୍ଥ : যিটো ভৱন অতি ওখ

ଉଦାହରଣ : তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল

ସମକକ୍ଷ : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান

ଅର୍ଥ : যি ভৱনত ভালেমান মহল থাকে

ଉଦାହରଣ : মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে

ସମକକ୍ଷ : বহুমহলীয়া ভৱন