ଅର୍ଥ : বিদ্যাৰ অভাৱ
ଉଦାହରଣ :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
ସମକକ୍ଷ : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
ଅର୍ଥ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
ଉଦାହରଣ :
অজ্ঞানতাই সকলো দুখৰ কাৰণ
ଅର୍ଥ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
ସମକକ୍ଷ : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
ଅର୍ଥ : অবোধ হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ :
অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
ସମକକ୍ଷ : অবোধতা