ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা
ଉଦାହରଣ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে
ସମକକ୍ଷ : অটল, অপৰিবর্ত্তিত, বাহাল
ଅର୍ଥ : যাৰ কেতিয়াও নাশ নহয়
ଉଦାହରଣ : আত্মা অমৰ
ସମକକ୍ଷ : অক্ষয়, অবিনাশী, অমৰ, অৱিনশ্বৰ, চিৰঞ্জীৱী, শাশ্বত
ସଂସ୍ଥାପନ କରନ୍ତୁ