ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কল্যাণ বা মংগল নথকা
ଉଦାହରଣ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
ସମକକ୍ଷ : অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
ଅର୍ଥ : হিতৰ বিৰোধীভাব
ଉଦାହରଣ : কাৰো অহিত চিন্তা কৰা উচিত নহয়
ସମକକ୍ଷ : অনিষ্ট, অপকাৰ, অহিত
ସଂସ୍ଥାପନ କରନ୍ତୁ